ঘন জংঘলত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ – Guwahati Times

ঘন জংঘলত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

গুৱাহাটী: ওদালগুৰি আৰক্ষীৰ সফলতা |

ঘন জংঘলত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ |

দুটা এ কে ৪৭, দুটা এ কে ৫৬, মেগজিন আৰু সজীৱ গুলী উদ্ধাৰ |

ওদালগুৰি জিলা হেড কোৱাৰটাৰ এ এচ পিৰ নেতৃত্বত হোৱা অভিযানত উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ |

error: Content is protected !!