চাইকেলেৰে হাইড্ৰবাদৰ পৰা শোণিতপুৰত উপস্থিত দুজন লোক – Guwahati Times

চাইকেলেৰে হাইড্ৰবাদৰ পৰা শোণিতপুৰত উপস্থিত দুজন লোক

জামুগুৰিহাট: চন্দন শৰ্মা: আজি সন্ধিয়া প্ৰায় সাত বজাত জিমণ কাংগাৰি আৰু উত্তম ৰাভা নামৰ লোক দুজন চাইকেলেৰে সুদুৰ হাইড্ৰবাদৰ পৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱাত উপস্থিত হয় ।

অতি শিঘ্ৰেই সেই দুয়োজন ব্যক্তিক চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত চক্ৰ বিষয়াৰ জৰিয়তে ১০৮ এম্বুলেন্স যোগে টি এম চি লৈ প্ৰেৰণ কৰা হয় ।

error: Content is protected !!