ICSE আৰু ISC ৰ ফলাফল ঘোষণা

1 min read

ভাৰতীয় বিদ্যালয় প্ৰমাণপত্ৰ পৰীক্ষা পৰিষদ, চি.আই.এছ.চি.ই.য়ে ২৪জুলাই, ২০২১ তাৰিখে ঘোষণা কৰে আই.চি.এছ.ই., আই.এছ.চি.২০২১ৰ ফলাফল । ইয়াৰ সৈতে সম্পৰ্কিত, চি.আই.এছ.চি.ই.-য়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল আবেলি ৩ বজাত মুকলি কৰে। পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা শিক্ষাৰ্থীসকলে cisce.org তেওঁলোকৰ ফলাফল অনলাইন লাভ কৰিব পাৰে।

You May Also Like

More From Author