20.6 C
Assam
Tuesday, March 21, 2023

Featured News

Congress Confident to Win all 14 Lok Sabha seats in Assam

Guwahati: The Congress party in Assam is...

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

ঘৰখনত ধন-সম্পত্তি বৃদ্ধি কৰিব বিছাৰে যদি এই সমূহ মানি চলক

Assamese Newsঘৰখনত ধন-সম্পত্তি বৃদ্ধি কৰিব বিছাৰে যদি এই সমূহ মানি চলক

ঘৰখনত পবিত্ৰতাৰ ধ্যান ৰখাতো বহুত জৰুৰী। আপোনালোকে শৌচালয়লে যায় আৰু আহি হাত,মুখ ভালকৈ নুধোৱাকৈয়ে ঘৰত বা পাকঘৰত কাম কৰিবলৈ ধৰে। ( Religious Studies )

নতুবা শৌচালয়লে যায় তাৰ পিছত অকল হাতখন ধুই ঘৰত বা পাকঘৰ প্ৰৱেশ কৰে। নিজৰ ঘৰৰ ভিতৰত ইফালে সিফালে ঘূৰি ফুৰে। ইয়াৰ পৰাই অশুদ্ধিয়ে প্ৰৱেশ কৰে।

এনে হলে আপোনাৰ ঘৰৰ ইতিবাচক শক্তি শেষ হৈ পৰে আৰু নেতিবাচকতাই প্ৰৱেশ কৰে। আপোনাৰ বুদ্ধি , আপোনাৰ ঘৰৰ শান্তি ,আপোনাৰ ঘৰৰ পৰিৱেশৰ অৱনতি ঘটিব। কাৰণ শুদ্ধতা শেষ হৈ গ’ল যে।কোৱা হয় যেনেকুৱা শুদ্ধতা, তেনেকুৱা বুদ্ধি।

আজিকালি শিশুসকলৰ বুদ্ধিমত্তাৰ কিয় অৱনতি ঘটিছে?কাৰণ তেওঁলোকে শৌচ কৰি আহে আৰু গা নুধোৱে। তেওঁলোকে বাৰ্থৰুমলৈ যায় ,হাত, মুখ নুধোৱে আৰু কুলকুলিও  নকৰে।

শাস্ত্ৰয়ে বিধান বনাইছে যে আপুনি প্ৰস্ৰাৱ কৰি আহি চাৰিবাৰ পানী লৈ গাগল বা কুলকুলাব লাগে। হাত ধুব লাগে। ভৰি ধুব লাগে। তেতিয়াহে আপুনি শুদ্ধ।

যদি শৌচালয়লে যায় তেতিয়া গা ধুইহে ঘৰত প্ৰৱেশ কৰিব লাগে। সম্পূৰ্ণকৈ গা নুধোলেও আধাকৈ ধুব লাগে। কঁকালৰ লৈকে। যিবোৰ কাপোৰ পিন্ধি শৌচালয়লে গৈছিলে , সেইবোৰ কাপোৰ তিয়াব‌ লাগিব। তেতিয়াহে আপুনি শুদ্ধ হ’ব। ন’হলেবা আপুনি অশুদ্ধ। এনেকুৱা অশুদ্ধতাত  ঘৰত দেৱতাৰ নহয় ৰাক্ষসৰ বাস হয়। সেই কাৰণে  আপোনাৰ ঘৰত অশান্তি। কাৰণ পৰিৱেশতো অশুদ্ধ আপোনাৰ। সেই কাৰণে ৰাক্ষসে বাস কৰে।

মহাভাৰতত এটা কাহিনী আছিল ,ৰজা নলৰ। ৰজা নল এবাৰ প্ৰস্ৰাৱ কৰিবলৈ গ’ল আৰু ভৰি ধুই নাহিল। সেই কাৰণে তেওঁৰ মূৰত কলি উঠি গ’ল। তেওঁ ৰজা আছিল ,কিন্তু কলিয়ে তেওঁক এনেকুৱা নৃত্য কৰালে যে তেওঁৰ শৰীৰৰত কাপোৰও নাবাচিল শৰীৰটো ধাকিবলৈ।

সেই কাৰণে আপুনি যিমান শুদ্ধতা ঘৰখন কৰি ৰাখে, সিমানেই আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হ’ব।বিচাৰ ভাল হ’ব।শুদ্ধতা থাকিলেহে বিচাৰ শুদ্ধ হ’ব। কিন্তু বিচাৰো অশুদ্ধ মানুহৰ ।কিয় অশুদ্ধ? কাৰণ আপোনাৰ খোৱা বোৱা অশুদ্ধ। থকা খোৱা অশুদ্ধ। পৰিৱেশেই যেতিয়া অশুদ্ধ,  বেয়া বিচাৰতো আহিবয়েই।

আপুনি যদি কোনোবা বেশ্যাৰ ঘৰত গৈ বহে। তেতিয়া তাইৰ ঘৰত বহি ভাল বিচাৰতো আহিব নোৱাৰে। মন্দিৰলৈ গৈ বহিলে ভাল বিচাৰ সঞ্চালন হ’ব।

বতাহৰো এটা যোগদান থাকে আপোনাৰ জীৱনত। সেই কাৰণে আপুনি নিজৰ  ঘৰৰ পৰিৱেশ ঠিক কৰি ৰাখিব লাগিব। পৰিৱেশ শুদ্ধ কৰি ৰাখিব লাগিব।যেনেকুৱা শুদ্ধতা, তেনেকুৱা বুদ্ধি।

সেই কাৰণে সপত লওঁক যে প্ৰস্ৰাৱ কৰিবলৈ গলে পুৰুষেই হওঁক বা মহিলা, আহি পানীৰে চাৰিবাৰ গাগল বা কুলকুলাব।  হাত,ভৰি ধুব আৰু এই কথাটো শিশুসকলো শিকাব। আজিকালিৰ ল’ৰা ছোৱালীয়ে উচ্ছ শিক্ষা লাভ কৰিলে, কিন্তু তেওঁলোকৰ বিচাৰ শুদ্ধ নহল। ( Religious Studies )

শৌচালয়লে গ’লে গা ধুই আহিবলৈ ল’ৰা ছোৱালীকো শিকাব বা এই কামটো কৰা অনিবাৰ্য কৰি দিয়ক। দুবাৰ বা যিমান বাৰেই যাওঁক  গা ধুইহে ঘৰত সোমাব।দুবাৰ শৌচালয়লে যাওঁক, যাতে আপোনাৰ পেটত লেটেৰা জমা নহয়। দুবাৰৰ খাদ্য যদি থাকি যায় তেতিয়া কি হ’ব আপোনাৰ পেটত লেটেৰা জমা হ’ব। তাৰ পিছত আপোনাৰ বেমাৰ হ’ব। সেই কাৰণে শৰীৰটো শুদ্ধ হ’ব লাগে।

শৰীৰ শুদ্ধ হ’লেহে বিচাৰ শুদ্ধ হ’ব। কিছুমান মানুহৰ দিনটো বেয়া বিচাৰ আহে কিয় আহে? কাৰণ আপোনাৰ শৰীৰত লেটেৰা সোমাই আছে।

আমাৰ শৰীৰটোও মন্দিৰ হয় ? আমাৰ হৃদয়তো ভগৱান আছে। যিখন হৃদয়ত ভগৱান আছে‌ তাৰ চাৰিওফালৰ পৰিৱেশো শুদ্ধ হ’ব লাগে। পবিত্ৰ হ’ব লাগে। অশুদ্ধতা শৰীৰত থাকিলে, সেই অশুদ্ধতা শৰীৰৰ দ্বাৰা বিচাৰলৈ গুচি যায়। সকলো খেলটো বিচাৰৰেই ন।

আজিকালি মানুহৰ বিচাৰ বিক্ৰী হয়। ইঞ্জিনিয়াৰে ঘৰৰ নক্সা বনাই দিলে আপোনাক।এটা নক্সা বনাবলৈ কিমান লৈ আপোনাৰ পৰা ২০-৫০ হাজাৰ । তাতকৈ যদি ভাল ১ লাখ  বা ৫ লাখো লয়।  ইঞ্জিনিয়াৰে ঘৰৰ নক্সা বনাই দিলে সিহঁতি ২০ হাজাৰ ৰ পৰা আৰম্ভ কৰি  ৫ লাখলৈকে লয় নে নলয় আপোনাৰ পৰা। এই নক্সা বনোৱাতো ও এক প্ৰকাৰৰ বিচাৰ হয় নে নহয়। গোটেই প্লেনিং কৰি দিয়ে সেই সকলোবোৰ বিচাৰেই হয় নে নহয়।

মগজুলে কথা আহিলেহে আপুনি কিবা কৰিব পাৰিব । আজিকালিটো বিচাৰেই বিক্ৰী হয়। ইঞ্জিনিয়াৰৰ বিচাৰ ৫ লাখলৈকে বিক্ৰী হৈছে।

স্বামী বিবেকানন্দক আজিও মানুহে চিনি পায় । কিয়? তেওঁৰ বিচাৰ ভাল আছিল। যাৰ বিচাৰ ভাল তাক আজিও চিনি পাই। যাৰ  বিচাৰ বেয়া আছিল তেওঁলোকক কোনেও চিনি নাপায়।

সেই কাৰণে আহাৰ শুদ্ধ বিচাৰ শুদ্ধ। যেনেকুৱা খোৱা হয় পানী তেনেকুৱা কোৱা হয় বাণী। যেনেকুৱা খোৱা হয় অন্ন তেনেকুৱা হয় মন। এইবোৰ কেতিয়াও ভুল হ’ব নোৱাৰে। আজিকালি মানুহে এইবোৰ ধ্যান‌ নিদিয়ে আৰু কান্দি থাকে বহুত অশান্তিত আছোঁ।বহুত অশান্তিত আছোঁ।

আপুনি অশান্তিত আছে , তেতিয়া চাওঁক আপোনাৰ বিচাৰ কিয় অশুদ্ধ। কাৰণ পৰিৱেশ অশুদ্ধ। থকা খোৱা অশুদ্ধ। যিকোনো বস্তু খাইছে। যি পালে তাকে খাই। য’ত পাই তাতে খাই।  এনেকুৱা হ’লে বুদ্ধি নাইকীয়া হৈ যাব।( Religious Studies )

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!