26.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

সুখ আৰু শান্তিত থাকিবলৈ পঢ়ক চাণক্যৰ এই ৯টা কথা

Assamese Newsসুখ আৰু শান্তিত থাকিবলৈ পঢ়ক চাণক্যৰ এই ৯টা কথা

১/ মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে, মহিলাই সদায় আনৰ বাবে জীয়াই আনহাতে
২/ পুৰুষে কেতিয়াও নিজৰ বাবে উপার্জন নকৰে।
২/ কাকো সৰু বুলি নাহাহিব, কাৰণ ভৰিৰ তলৰ দুৱৰী বন হে পূজাত লাগে মুৰৰ ওপৰৰ বৰগছ নহয়।

৩/ অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ আৰু অতিৰিক্ত সৰলতা ঠগ খােৱাৰ লক্ষণ।
৪/ সূৰ্যৰ তাপ আৰু পিতৃৰ ক্রোধ, দুয়ােটাই সহ্য কৰিব শিকক কাৰণ সূর্য ডুবিলে পৃথিৱী অন্ধকাৰ আৰু পিতৃ নহলে জীৱন অন্ধকাৰ হৈ যায়।
৫/ মাটিত পৰা চেনী পিপৰাই হে উঠাব পাৰে হাতীয়ে নােৱাৰে, সৰু বুলি কাকো উপলুঙা নকৰিব, কেতিয়াবা সৰু মানুহেই বহুত ডাঙৰ কাম কৰিব পাৰে।
৬/ অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰিবা, মনত ৰাখিবা ইতিহাসত অকল বিপ্লৱীবােৰৰ নাম হে লিখা থাকে ভৰি চেলেকাবােৰৰ নহয়।
৭/ কৃপণ কেতিয়াও ধন সম্পত্তিৰ মালিক হ’ব নােৱাৰে ধন সম্পত্তিয়েই কৃপণৰ মালিক হয়।

৮/ জীৱনত ডাঙৰ কিবা পালে সৰু বােৰক পাহৰি নাযাব, এটা সৰু বেজীয়ে যি কৰিব পাৰে এখন তৰােৱালে সেইটো কাম কৰিব নােৱাৰে।
৯/ ঠাণ্ডাৰ দিনত যি ৰ’দক মানুহে ভাল পাই , গৰম দিনত সেই ৰ’দকে মানুহে তিৰস্কাৰ কৰে মানুহে তােমাক মূল্য সিমানদিনেই দিব, যিমানদিন মানুহক তােমাৰ প্রয়ােজন হ’ব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!