ঘৰখনত সুখ-সমৃদ্ধিৰ বাবে জানি লওক এইটো নিয়ম
শাওন মাহৰ যিকোনো এটা সোমবাৰে এই কাম কৰিলেহে, মহাদেৱৰ আৰ্শীবাদ পাব।
প্ৰবিত্ৰ শাওন মাহটি, মহাদেৱ শিৱ লিংগতে বিৰাজমান হৈ থাকে। সেয়হে এই প্ৰৱিত্ৰ শাওন মাহটিত যদি মহাদেৱক একান্ত বিশ্বাসেৰে পূজা অৰ্চনা কৰা হয়, তেতিয়া হাজাৰ গুণ মহাদেৱৰ আৰ্শীবাদ লাভ কৰিব। এই শাওন মাহত হাজাৰ হাজাৰ ভক্তই, গংগাজল, পঞ্চামৃত, গাখীৰ আদি দি শিৱ লিংগত পূজা কৰে। মহাদেৱৰ পৰা আৰ্শীবাদ লাভৰ বাবে।
সেয়হে শাওন মাহৰ যিকোনো এটি সোমবাৰে আপুনিও এই বস্তু আনি, এই কামটো কৰিলে মহাদেৱৰ মংগল বাৰ্তা লাভ কৰিব। যাৰ ফলত ভাগ্য সলনি হব। সকলোৱে দেখিছে শাওন মাহৰ প্ৰত্যেক সোমবাৰে হাজাৰ হাজাৰ ভক্তই শিৱ লিংগত, গাখীৰ, মৌ, ঘি, বেলপাত, আদিৰে অভিষেক কৰে। আৰু সেই শিৱ লিংগৰ পৰা বৈ অহা অভিষেক জল এটি পাত্রত ভৰাই আনি, ঘৰৰ চাৰিওফালে যদি চটিয়াই দিব পাৰে, তেন্তে ইয়াৰ দ্বাৰা ঘৰৰ অমংগলবোৰ দূৰ হৈ যায়।