অৱশেষত ‘চাকৰি’ গ’ল শুকুৰ আলীৰ, জে’লৰ পৰা ওলোৱাৰ পিছতে শুকুৰৰ বাবে আন এক আঘাত!

অৱশেষত ‘চাকৰি’ গ’ল শুকুৰ আলীৰ, জে’লৰ পৰা ওলোৱাৰ পিছতে শুকুৰৰ বাবে আন এক আঘাত!

অৱশেষত ‘চাকৰি’ গ’ল শুকুৰ আলীৰ ।

দুৰ্নীতিৰ অভিযোগত তিনিমাহ জে’লত থকা শুকুৰ আলীয়ে হেৰুৱালে ভিছিডিচিৰ চেয়ামেনৰ পদ।

জে’লৰ পৰা উভতি অহাৰ পিছতে ‘চাকৰি’ হেৰুৱালে শুকুৰে।

দুৰ্নীতিৰ অভিযোগত তিনিমাহ জে’লত থকাৰ পিছত আন আঘাত শুকুৰ আলীৰ বাবে।

এই আঘাত বুকুত লৈ গুৱাহাটীলৈ ৰাওনা হ’ল শুকুৰ।

জানিব পৰা মতে, মামাক লগ ধৰিবলৈ গুৱাহাটীলৈ আহিছে শুকুৰ আলী!

GTM Desk