21.9 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

মনৰ শান্তি পোৱাৰ উপায়…

Assamese Newsমনৰ শান্তি পোৱাৰ উপায়...

মহাদেৱৰ পূজাৰ বাবে-পূজন সামগ্ৰীৰ লগতে ঠাইৰো বহুত মহত্ব আছে।মহাদেৱৰ পূজাৰ বাবে এনে স্থানৰ শয়ন কৰিব লাগে-যত চাফ-চিকূণ হয়,পবিত্ৰতা হয়। ( Religious Studies )

ঘৰৰ যি ঠাইত পূজাৰ কক্ষ আছে,সেই স্থানো চাফ-চিকূণতা আৰু পবিত্ৰতা ৰাখিব।এই সম্বন্ধে-এক কথা অনুসাৰে-এদিন দেৱী পাৰ্ৱতীয়ে মহাদেৱক সুধিলে যে-ভক্তি কৰাৰ সময়ত ভক্তসকলে বাতাবৰণ আৰু ঠাইৰো ধ্যান ৰাখিব লাগে!

দেৱী পাৰ্ৱতীৰ কথা শুনি-মহাদেৱে দেৱী পাৰ্ৱতীক এজন পণ্ডিতৰ কথা শুনালে।

কথা অনুসাৰে

এসময়ত এজন পণ্ডিতে বহুত পূজা-পাঠ কৰিছিল।কিন্তু তেওঁ শান্তি পোৱা নাছিল।সেই সময়ত এজন সন্তই সেই পণ্ডিতক কলে যে-এজন ছাগলী ৰখীয়া ব্যক্তিৰ পৰা-তুমি শান্তি পোৱাৰ উপায় পাব পাৰা! ( Religious Studies )

সন্তৰ কথা শুনি-পণ্ডিতজন সেই ছাগলী ৰখীয়া ব্যক্তিৰ কাষ পালেগৈ।ছাগলী ৰখীয়া ব্যক্তিজন ঘন অৰণ্যত বাস কৰিছিল।অৰণ্যত পশু-পখীৰ মাতে কলকলাই আছিল।নৈ আছিল বাবে-বুৱতী নদীৰ পানীৰ মাতো ভাহি আহিছিল।

সেই স্থানৰ বাতাবৰণ মনক শান্তি দিয়াৰ দৰে আছিল।সেই স্থানতে ছাগলী ৰখীয়াজন ধ্যানত বহি আছিল।পণ্ডিত তেওঁৰ কাষলৈ গল আৰু কলে যে-এই ঠাইৰ বাতাবৰণ বহুত দিব্য হয়।ইয়াৰ কাৰণ কি!

ছাগলী ৰখীয়াজনে কলে যে-ইয়াত এটা প্ৰাচীন শিৱ মন্দিৰ আছে।মন্দিৰৰ বাবেই এই সম্পূৰ্ণ ঠাই দিব্যতাৰ অনুভৱ হয়।এই ঠাইলৈ আহিলেই মন শান্ত হয়।

পশু-পখীৰ মাতত আৰু নৈৰ পানীৰ মাততো ধ্যান ভংগ নহয়।যদি আমাৰ আশে পাশে বাতাবৰণ পৱিত্ৰ হয় আৰু মন শুদ্ধ হয়-তেতিয়া পূজাত মন বহে আৰু শান্তি পোৱা যায়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!