24.8 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱা শ্বাহ আলম তালুকদাৰ কোন?

Assamese Newsআৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱা শ্বাহ আলম তালুকদাৰ কোন?

পূৰবী ডেয়ৰীৰ বিতৰক ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ আজি আৰক্ষীৰ এনকাউন্টাৰত নিহত হয়। নিশা সোণাপুৰত আৰক্ষীৰ গুলীত নিহত হয় দুৰ্ধৰ্ষ অপৰাধীটো। বুকুত দুটাকৈ গুলী লাগে অপৰাধীটোৰ।

কিন্তু পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিৎ বৰাক দিন দুপৰতে গুলীয়াই হত্যা কৰা শ্বাহ আলম আচলতে কোন আছিল জান আহক-

পাঞ্জাবাৰীৰ এক্সেল একাডেমীৰ (Excel Academy Panjabari) স্বত্বাধিকাৰী আছিল শ্বাহ আলম তালুকদাৰ। আৰু এই শ্বাহ আলমেই ৰঞ্জিৎ বৰাক গুলীয়াই হত্যা কৰিছিল । আৰক্ষীয়ে শ্বাহ আলমক গ্ৰেপ্তাৰ কৰাৰ পাছত জেৰাত পোহৰলৈ আহিছে ন ন তথ্য। শ্বাহ আলমে ২০১৯ চনত ১১মাহৰ চুক্তিৰে গুৱাহাটীৰ পাঞ্জাবাৰীত এটা ঘৰ ভাৰালৈ লৈ এক্সেল একাডেমি নামৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানখন চলাই আছিল। চুক্তি শেষ হোৱাৰ পাছতো ঘৰ খালী কৰি নিদিয়াৰ লগতে ঘৰৰ মালিকক ভয় ভাবুকি প্ৰদান কৰি আহিছিল শ্বাহ আলম নামৰ এই ডকাইতটোৱে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!