গুলীয়াই মাৰক’ ‘মোৰ ছোৱালী হ’লেও কথা নাই

গুলীয়াই মাৰক’ ‘মোৰ ছোৱালী হ’লেও কথা নাই

স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টকুৰকৈ কাটি ফ্ৰীজত ভৰাই ৰাখি অৱশেষত মেঘালয়ৰ ভিন্ন স্থানত মৃতদেহ পেলাই দিছিল বোৱাৰী বন্দনা কলিতাই।

এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বন্দনাৰ পিতৃ কামিনী কলিতাই।

বন্দনা কলিতাই স্বামী আৰু শাহুক হত্যা কৰাৰ কথা জনা নাছিল পিতৃয়ে উল্লেখ কৰি কয় যে, যদিহে মোৰ কন্যা দোষী, তেন্তে তাইক গুলীয়াই মাৰক।

উল্লেখ্য যে, প্ৰায় দহ বছৰ পূৰ্বে অমৰজ্যোতিৰ লগত বিয়া হৈছিল বন্দনাৰ। কিন্তু বৰ্তমান পিতৃগৃহতে আছিল বন্দনা৷

হত্যাকাণ্ডৰে পিতৃ-মাতৃ জড়িত নহয় বুলিও মন্তব্য পিতৃৰ।

GTM Desk