বন্দনা কলিতাই হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা ক্ৰয় কৰিছিল ৩৫০ টকাত
সামগ্ৰী বিক্ৰী কৰোঁতে সাৱধান! বন্দনাক দা বিক্ৰী কৰি বিপদত ইমৰাণ
বন্দনা কলিতাই হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখন ইমৰাণ আনচাৰীৰ পৰা ক্ৰয় কৰিছিল ৩৫০টকাত।
ইতিমধ্যে বোন্দাৰ পৰা উদ্ধাৰ কৰা হৈছে বন্দনাই ব্যৱহাৰ কৰা দাখন।