তেজপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ বন্ধুৱে।

তেজপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ বন্ধুৱে।

শোণিতপুৰৰ মিটছাপ্লাইত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত পৰিল বাহন। দুৰ্ঘটনাটোত থিতাতে নিহত ৫ জনকৈ লোক।

নিহত দ্বীপেন বৰা, বিদ্যুত্‍ নাথ, নিহত ভাইকন পটংগীয়া, আকাশদ্বীপ বৰা, বিশ্বজিত্‍ ওৰফে নিকু।

ভাইকন পটংগীয়া, আকাশদ্বীপ বৰাৰ ঘৰ তেজপুৰৰ বিপি তিনিআলিত। নিহত দ্বীপেন বৰাৰ ঘৰ তেজপুৰৰ গটঙাত।

নিহত বিদ্যুত্‍ নাথৰ ঘৰ তেজপুৰৰ বেচেৰীয়াত আৰু বিশ্বজিত্‍ ওৰফে নিকুৰ ঘৰ তেজপুৰৰ পতীয়াচুবুৰীত।

দুৰ্ঘটনাগ্ৰস্ত ছুইফ্টখনৰ নম্বৰ AS 12 R2115। বাহনখন বালিপৰা-তেজপুৰ অভিমুখী আছিল

GTM Desk

Related