25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

পালে চান্স নেৰে পংকজ পাঠকে! আকৌ ভাইৰেল হল পংকজ পাঠকৰ বিজ্ঞাপন !

Assamese Newsপালে চান্স নেৰে পংকজ পাঠকে! আকৌ ভাইৰেল হল পংকজ পাঠকৰ বিজ্ঞাপন !

পালে চান্স নেৰে পংকজ পাঠকে! আকৌ ভাইৰেল হল পংকজ পাঠকৰ বিজ্ঞাপন !

ফেচবুক পষ্টত তেওঁ লিখে –

আমাৰ বৰ্তমান ৫৫ বিধ সামগ্ৰী আছে । এটা বস্তু বিক্ৰী নহলেও আমি কৰ্মচাৰীক দৰমহা দিব পাৰিম ।
কিন্তু চকুৰ আগত কিচুমান কথা চাই থাকিব নোৱাৰি । মই আগতেই কৈছিলো যে অমৃত খোৱাৰ পিছত এনেকুৱা পৰিস্থিতি হব । কিন্তু কোনেও নুশুনিলে । পৰিনাম সন্মুখত দেখি আছে দৈনিক কি হৈ আছে ।। সমাজখন ৰক্ষা কৰাৰ স্বাৰ্থত আকৌ এবাৰ লিখিলো ।। সকলোৱে share কৰে যেন সমাজখন ৰক্ষা কৰাৰ স্বাৰ্থত ।।

প্ৰকৃতিৰ মূল্যবান বস্তুবোৰ প্ৰকৃতিয়ে সুৰক্ষিত স্থানত লুকুৱাই ৰাখে । সোন-ৰূপ , হীৰা , কয়লা আদি যিদৰে প্ৰকৃতিয়ে লুকুৱাই ৰাখে , ঠিক সেইদৰে কিছুমান অমূল্য বনৌষধিও প্ৰকৃতিয়ে মানুহৰ পৰা আঁতৰত ৰাখিব চেষ্টা কৰে । যিদৰে সঞ্জীৱনী হনুমানেও বিচাৰি পোৱা নাছিল , ঠিক সেইদৰে এনে কিছুমান ঔষধ আছে , যিবোৰ সাধাৰণ মানুহে ঢুকি পোৱাৰ বহুত আঁতৰত থাকে ।
‘বান্দৰ কেঁকোৱা’ এনেকুৱা এবিধ ঔষধ , যি ঔষধে বহুতো পৰিয়ালৰ মুখত হাঁহি বিৰিঙাৱ পাৰে । হয় সেইবিধ বান্দৰ কেঁকোৱাৰ কথা কৈছোঁ , যিবিধ গাত লাগিলে খুব খজুৱাই আৰু সাধাৰণতে মানুহে ইয়াৰ পৰা আঁতৰত থাকে ।
বান্দৰ কেঁকোৱাৰ বীজক প্ৰাকৃতিক Viagra বুলিও কব পাৰি ।
ই পুৰুষৰ শুক্ৰ দোষ নাইকিয়া কৰে , বীৰ্য্য ঘন কৰে , নুপুংসকতা ঠিক কৰে , পুৰুষৰ প্ৰায়বোৰ যৌন সম্বন্ধীয় ৰোগ ঠিক কৰিব পৰা ক্ষমতা আছে এইবিধ বনৌষধিত ।
আধুনিক জীৱনশৈলীৰ বাবেই হওক বা বিষাক্ত খাদ্য দৈনিক সেৱন কৰাৰ ফলত , মাদক দ্ৰব্য সেৱন কৰাৰ ফলত আজিকালি 30 বছৰৰ আগতেই বহুতো পুৰুষে বিভিন্ন ধৰণৰ যৌন সমস্যাত ভুগিব লগা হয় ।
ইয়াৰ বাবে বান্দৰ কেঁকোৱাৰ বীজ অতিকৈ লাভজনক হয় ।
এই বান্দৰ কেঁকোৱাৰ বীজ সেৱন কৰি জন্ম হোৱা শিশু হৃষ্ট-পুষ্ট আৰু বলবান হোৱাৰ লগতে নিৰোগী আৰু জ্ঞানী হয় ।
বান্দৰ কেঁকোৱাৰ গুড়ি বৰ্তমান আমি পেকেট আকাৰে বজাৰত উলিয়াই দিছোঁ ।
ইয়াৰ বিষয়ে অধিক জানিবলৈ হলে ইংৰাজীত Velvet bean লিখি গুগলত চাব পাৰিব ।
আমাৰ বিধান বিক্ৰী কৰা দোকানবোৰত পোৱা যাব । বৰ্তমান ONLINE order লৈ থকা হৈছে । যিসমূহ ঠাইত আমাৰ দোকান নাই , সেইসমূহ ঠাইত আমি ডাকযোগে পঠাম । তলৰ LINK টোত order দিব পাৰিব |
মূল্য ₹130 টকা
Wt : 100 gm .

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!