গুৱাহাটীত কিশোৰীক যৌন আতিশয্যৰ নতুন কাহিনী পোহৰলৈ !

গুৱাহাটীত কিশোৰীক যৌন আতিশয্যৰ নতুন কাহিনী পোহৰলৈ !

গুৱাহাটীত কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা।

ঘৰত কোনো নথকাৰ সুযোগ লৈ নিৰ্যাতন চলালে পাষন্ডই।

হেঙেৰাবাৰীৰ এগৰাকী ১৪বছৰীয়া কিশোৰীক নিৰ্যাতনৰ চেষ্টা।

অষ্টম শ্ৰেণীৰ ছাত্ৰী আছিল কিশোৰী গৰাকী।

হেঙেৰাবাৰীৰ নবজ্যোতি ক্লাবৰ ওচৰত সংঘটিত হয় এই দুস্কৰ্য।

মিদুল তালুকদাৰ নামৰ যুৱক জনৰ বিৰুদ্ধে এই অভিযোগ।

ইতিমধ্যে ভুক্তভোগী পৰিয়াল টোৱে দিছপুৰ থানত দিছে এজাহৰ।

GTM Desk

Related