ত্ৰিপুৰাত পুনৰ ফুলিল পদুম, ৩২খন আসনেৰে বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা
ত্ৰিপুৰাত পুনৰ ফুলিল পদুম, ৩২খন আসনেৰে বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা
ত্ৰিপুৰাত পুনৰ ফুলিল পদুম। একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপিয়ে (Tripura Election 2023 Results)। ৬০খন আসনযুক্ত ত্ৰিপুৰা বিধানসভাৰ মেজিক নাম্বাৰ হ’ল ৩১। কিন্তু ফলাফল সম্পূৰ্ণৰূপে ঘোষণা হোৱাৰ পূৰ্বেই ৩২খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপি–আইপিএফটি মিত্ৰজোঁটে। বিজেপিৰ ছুনামিত উটি গ’ল তিপ্ৰাম’থা আৰু বাওঁ শিবিৰ।