কৰিশ্মা নাথক ক্ষমা খোজাৰ দাবী সদৌ অসম নাগাৰা সংঘৰ

কৰিশ্মা নাথক ক্ষমা খোজাৰ দাবী সদৌ অসম নাগাৰা সংঘৰ

পুনৰ চৰ্চাত সামাজিক মাধ্যমত জনপ্ৰিয় হোৱা নাগাৰা নামৰ শিল্পী ছিপাঝাৰৰ কৰিশ্মা নাথ।

ছিপাঝাৰত সংবাদ মেল পাতি কৰিশ্মা নাথৰ লগতে সাংবাদিক,

ইউটিবাৰক উভতি ধৰিলে সদৌ অসম নাগাৰা নাম সংঘই।

“নাগাৰা নাম সংঘ ভোজ খোৱা সংঘ নেকি?”

কৰিশ্মা নাথৰ এই কথাত ক্ষোভিত হৈছে সদৌ অসম নাগাৰা সংঘ।

শীঘ্ৰে ক্ষমা খোজাৰ দাবী জনাইছে সংঘই।

অন্যথা বিহিত ব্যৱস্থা লোৱাৰ হুংকাৰ জনাইছে নাগাৰা সংঘই।

GTM Desk

Related