22.1 C
Assam
Tuesday, March 28, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

কি দৰে প্ৰাপ্ত হল বীৰ হনুমানৰ অপাৰ শক্তি জানি লওক

Assamese Newsকি দৰে প্ৰাপ্ত হল বীৰ হনুমানৰ অপাৰ শক্তি জানি লওক

কি দৰে প্ৰাপ্ত হল-বীৰ হনুমানৰ অপাৰ শক্তি-

১/ভগৱান সূৰ্য্যই যেতিয়া-নিজৰ শক্তিৰ আধা ভাগ দি লৈ কলে-যেতিয়া হনুমানৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ শক্তি আহিব,তেতিয়া মইয়ে-হনুমানক শাস্ত্ৰ জ্ঞান দিম।যাৰ দ্বাৰা হনুমান ভাল বক্তা হব।আৰু শাস্ত্ৰ জ্ঞানত হনুমানৰ সমান আন কোনো নহব।( Religious Studies )

২/ধৰ্মৰাজ যমে-হনুমানক বৰদান দিলে যে-হনুমান মোৰ দণ্ডৰ দ্বাৰা অবধ্য আৰু নিৰোগী হব।

৩/য়ক্ষৰাজ কুবেৰে বৰদান দিলে যে-এই বালকক যুদ্ধত কেতিয়াও বিষাদ নহব আৰু মোৰ গদা সংগ্ৰামত কোনেও বধ কৰিব নোঁৱাৰিব।

৪/ভগৱান শংকৰে বৰদান দিলে যে-হনুমান মোৰ আৰু মোৰ অস্ত্ৰৰ দ্বাৰা অবেধ্য থাকিব।

৫/দেৱশিল্পী বিশ্বকৰ্মাই বৰদান দিলে যে-মই নিৰ্মাণ কৰা যিমান অস্ত্ৰ আছে,সেই সকলোবোৰৰ পৰা অবধ্য থাকিব আৰু চিৰঞ্জিৱী হব।

৬/দেৱৰাজ ইন্দ্ৰই হনুমানক এই বৰদান দিলে যে-এই বালক আজিৰেপৰা মোৰ বজ্ৰ দ্বাৰা অবধ্য থাকিব।( Religious Studies )

৭/জলদেৱতা বৰুণে-এই বৰদান দিলে যে-দহ লাখ বৰ্ষ আয়ু হৈ গলেও-মোৰ পাশা আৰু জলৰ দ্বাৰা-এই বালকৰ মৃত্যু নহব।

৮/পৰমপিতা ব্ৰহ্মাই হনুমানক বৰদান দিলে যে-এই বালক,দীৰ্ঘায়ু,মাহাত্মা, আৰু সকলো ধৰণৰ ব্ৰহ্মাণ্ডৰ পৰা অবধ্য থাকিব।যুদ্ধত কোনেও এই বালকৰ পৰা জয়ী হব নোঁৱাৰিব।এই বালকে-ইচ্ছা অনুসাৰে ৰূপ ধাৰণ কৰিব পাৰিব।যি ঠাইত যাবলৈ মন গলে-যাব পাৰিব।এই বালকৰ গতি নিজৰ ইচ্ছা অনুসৰি তীব্ৰ বা শান্ত হব।

৯/ইয়াৰ বাহিৰেও-বীৰ?হনুমানে মাতা সীতাক বিচাৰি যেতিয়া অশোক বাটিকা পাইছিল,তেতিয়া মাতা সীতাই-বীৰ হনুমানক অমৰত্বৰ বৰদান দিছিল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!