26.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

ধনৰ দেৱতা কুবেৰ দেৱক এনেদৰে প্ৰসন্ন কৰিব

Assamese Newsধনৰ দেৱতা কুবেৰ দেৱক এনেদৰে প্ৰসন্ন কৰিব

কুবেৰ দেৱতাক ৰাৱণৰ ভায়েক বুলি কোৱা হয়।কিন্তু শাস্ত্ৰত ধনৰ দেৱতা কুবেৰক ভগৱান শিৱৰ দুৱাৰপাল বুলিও কোৱা হৈছে।( Religious Studies )

কুবেৰ দেৱতাই নিজৰ ব্ৰাহ্মণ গুণৰ বাবে-দেৱতা বুলি কোৱা হয়।সেইবাবে-তেওঁৰ পূজা কৰা হয়।ধনৰ লাভৰ বাবে- দেৱী লক্ষ্মীৰ পূজা কৰা হয়-কিন্তু দেৱী লক্ষ্মীৰ পূজাৰ লগতে-কুবেৰ দেৱতাৰ পূজাৰ দ্বাৰা অত্যাধিক লাভ প্ৰাপ্ত হয়।কেৱল লক্ষ্মী দেৱীৰ পূজাৰ দ্ধাৰা ধন লাভ নহয়।ব্যক্তিয়ে-ধনৰ দেৱতা-কুবেৰ দেৱতাকো প্ৰসন্ন কৰিব লাগে।ধনৰ দেৱতা-কুবেৰক শুদ্ধ মনেৰে কৰা-প্ৰাৰ্থনাক স্বীকাৰ কৰি-ধন আৰু বুদ্ধিৰ আৰ্শীবাদ প্ৰদান কৰে।

*ঘৰৰ উত্তৰ-পূৱ দিশে এটুকুৰা ঠাইত-ভালদৰে গৰু মুত্ৰ বা গংগা জলেৰে  চফা কৰি লব লাগে।এতিয়া এটুকুৰা চফা কাঠ সেই স্থানত ৰাখিব লাগে।এতিয়া এটা চমেলী ফুলৰ তেলৰ বটল,৫০ডাল বগা মমবাটি, আৰু ৫০ডাল সেউজীয়া মমবাটি লব লাগে।এতিয়া সেই স্থানত- সেউজীয়া আৰু বগা মমবাটি-চমেলী তেল লগাই-দুয়োডাল মমবাটি-অলপ দূৰে দূৰে-জ্বলাব লাগে।এইকথা মন কৰিব লাগে যে-বাঁওফালে-সেউজীয়া মমবাটি আৰু সোঁ-ফালে- বগা-মমবাটি ৰাখিব লাগে।আৰু প্ৰথমে-সেউজীয়া মমবাটিক জ্বলাব লাগে,তাৰ পাছত বগা মমবাটি জ্বলাব লাগে।( Religious Studies )

*দুয়ো ৰংৰ মমবাটিলৈ চায়-প্ৰাৰ্থনা কৰিব লাগে যে-হে-ধনৰ দেৱতা-কুবেৰ-মোক ধনৰ বাবে অমুক(যি কামৰ বাবে-ধনৰ প্ৰয়োজন হৈছে-সেই কথা কব লাগে)প্ৰয়োজন হৈছে/মোক ধন দি আপুনি সহায় কৰক।প্ৰাৰ্থনা কৰি-মমবাটিক জ্বলি থাকিবলৈ দি-নিজৰ কামত ধৰিব লাগে।

*পাছদিনালৈ যদি-মমবাটি সম্পূৰ্ণ ৰূপে জ্বলি গৈছে-তেন্তে-সেই জ্বলি যোৱা মমবাটিক তাতে-থাকিবলৈ দিব লাগে।আৰু বেলেগ মমবাটি-প্ৰথম দিনাৰ দৰে লৈ-আগদিনা জ্বলি যোৱা মমবাটিৰ ওচৰতে জ্বলাই-প্ৰথম দিনৰ দৰে-প্ৰাৰ্থনা কৰিব লাগে।এনেদৰে-৫০দিনলৈ নিশ্চিত সময় এটাত কৰিব লাগে।ধন অহাৰ যোগ হব।

*যেতিয়া ধন প্ৰাপ্ত হব-তেতিয়া ওচৰৰে-কোনো ধাৰ্মিক স্থানত বা ওচৰৰে বোৱতি নৈত-সেই মমবাটিৰ গলি যোৱা অংশক বুৱাই দিব লাগে।কিন্তু এই কথা মন কৰিব লাগে যে-এনেদৰে প্ৰাপ্ত ধনক ভুল কামত প্ৰয়োগ কৰিব নালাগে।নহলে লাভৰ ঠাইত লুকচান হে হব।(সংগ্ৰহিত)।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!