নাজিৰাৰ মেকিপুৰৰ ৰঙাজানত হলীৰ আনন্দ উল্লাসৰ মাজতে লোমহৰ্ষক হত্যাকাণ্ড।

নাজিৰাৰ মেকিপুৰৰ ৰঙাজানত হলীৰ আনন্দ উল্লাসৰ মাজতে লোমহৰ্ষক হত্যাকাণ্ড।

নাজিৰাৰ মেকিপুৰৰ ৰঙাজান লাইনত হলীৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।
অজিত মানকিৰ দাৰ ঘাপত মৃত্যু দেউনাথ মুণ্ডা নামৰ যুৱকৰ। হত্যাকাণ্ড সংঘটিত কৰি পলাতক অজিত মানকি।

মৃত দেউনাথ মুণ্ডা বয়স প্ৰায় ২০বছৰ আনহাতে হত্যাকাৰী অজিত মানকিৰ বয়স প্ৰায় ৩২ বছৰ বুলি জানিবলৈ পোৱা যায়।
হত্যাকাণ্ড সংঘটিত কৰি পলায়ন অজিত মানকিৰ।
ঘটনাস্থলীত উপস্থিত হৈ নাজিৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Shahnawaz Hamza