স্বামী-শাহুৰ পিছত কোন কোন টার্গেট আছিল বন্দনাৰ !
স্বামী-শাহুৰ পিছত কোন কোন টার্গেট আছিল বন্দনাৰ।
এগৰাকী মহিলা হিচাপে কেনেদৰে নামি পৰিছিল অপৰাধ কাণ্ডত।
বন্দনা কাণ্ডৰ তদন্তত কি কি সমস্যাৰ সন্মুখিন হৈছিল আৰক্ষী।
বন্দনাক কেনেদৰে জেৰা চলাইছিল আৰক্ষীয়ে। মহিলা আৰক্ষী তৃষ্ণা নাথৰ শিহৰণকাৰী বৰ্ণনা।