২ তাৰিখে নিশা খুটিকটিয়াৰ পৰা চুৰি হোৱা ডাম্পাৰ উদ্ধাৰ নগাঁও সদৰ আৰক্ষীৰ।

২ তাৰিখে নিশা খুটিকটিয়াৰ পৰা চুৰি হোৱা ডাম্পাৰ উদ্ধাৰ নগাঁও সদৰ আৰক্ষীৰ।

গাড়ীৰ গৰাকীৰ অভিযোগৰ ভিত্তিত হোজাই আৰক্ষীৰ সহযোগত ডিমাপুৰ অভিমূখে গৈ থকা অৱস্থাত বকলীয়াত নগাঁও আৰক্ষীয়ে আটক কৰে গাড়ীখনৰ চালক ৰূপী চুৰটোক। গাড়ীৰ নাম্বাৰ সলনি কৰি ধৃত ৰাজিবুলে ডিমাপুৰলৈ গাড়ীখন লৈ যাব চেষ্টা কৰোঁতেই হাতে লুটে আটক কৰে‌ আৰক্ষীয়ে। উল্লেখ্য ধৃত ৰাজিবুলে প্ৰকৃত ঘৰ ডিমাপুৰত। ঘটনা সন্দৰ্ভত নগাঁৱত আজি প্ৰতিক্ৰিয়া নগাঁও আৰক্ষীৰ।

GTM Desk

Related