23.6 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

নেতিবাচক শক্তি সৃষ্টি কৰা কোনো সামগ্ৰী-কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে

Assamese Newsনেতিবাচক শক্তি সৃষ্টি কৰা কোনো সামগ্ৰী-কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে

বাস্তু শাস্ত্ৰৰ মতে-ঘৰৰ আটাইতকৈ পৱিত্ৰ স্থানটোক উপাসনা গৃহ বুলি গণ্য কৰা হয়।বাস্তুৰ নীতি শক্তিৰ ওপৰত আধাৰিত আৰু বেছিভাগ শক্তি-উপাসনা গৃহৰ পৰা ওলাই আহে।( Religious Studies )

*বাস্তু শাস্ত্ৰৰ মতে-উপাসনা গৃহত ৰখা সকলো বস্তুৰ বিশেষ গুৰুত্ব আছে।নেতিবাচক শক্তি সৃষ্টি কৰা কোনো সামগ্ৰী-কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে।উপাসনা গৃহত ৰখা-কিছুমান বস্তুৱে-ঘৰৰ সদ্যসকলৰ ওপৰত-বেয়া প্ৰভাৱ পেলায় আৰু ঘৰলৈ-সুখ-সম্পদ-আগমণত বাধা দিয়ে।

*উপাসনা গৃহৰ পৰা কি কি-বস্তু আঁতৰাই ৰাখিব লাগে-

এই-৪টা বস্তু উপাসনা গৃহৰ পৰা আঁতৰাই পেলাওক-

১/বাস্তু শাস্ত্ৰৰ মতে-উপাসনা গৃহত কেতিয়াও-ভঙা মূৰ্তি ৰাখিব নালাগে।এয়া বিশ্বাস কৰা হয় যে-এনে মূৰ্তি ৰাখিলে-উপাসনাৰ ফলাফল নিদিয়ে আৰু নেতিবাচক শক্তি বিয়পায়।( Religious Studies )

২/উপাসনা গৃহত কেতিয়াও-একে দেৱতাৰ অধিক মূৰ্তি ৰাখিব নালাগে।বাস্তুত ইয়াক অশুভ বুলি কোৱা হয়।

৩/ফটা ধৰ্মীয় গ্ৰন্থ-কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে।

৪/বাস্তু শাস্ত্ৰৰ মতে-পূৰ্ৱপুৰুষৰ ছৱি কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে।উপাসনা গৃহত এনে ছৱি-ৰখাটো-অশুভ বুলি গণ্য কৰা হয়।সেয়ে-পূৰ্ৱপুৰুষসকলৰ ছৱি-উপাসনা গৃহত নাৰাখি-ঘৰৰ আন ঠাইত ৰাখিব লাগে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!