SEBA চলে ব্যাপক ধনৰ লেন–দেন:এই মন্তব্য ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ

SEBA চলে ব্যাপক ধনৰ লেন–দেন:এই মন্তব্য ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ

‘‘সদিচ্ছা নাথাকিলে ছেবাৰ (SEBA) সংস্কাৰ অসম্ভৱ। ছেবাত চলে ব্যাপক ধনৰ লেনদেন। উত্তীৰ্ণ কৰাৰ পৰা নম্বৰ বৃদ্ধি কৰালৈকে চলে দৰ–দাম। উত্তীৰ্ণ হাৰ কম-বেছি কৰাৰ নামত চলে তৈলমৰ্দন। এইধৰণৰ তৈলমৰ্দন কৰিছিল আৰ চি জৈনে।’’ – এই মন্তব্য ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ ।

হাজৰিকাই কয়, ‘‘২০ হাজাৰ টকাৰ বিনিময়তে লাভ কৰে নিৰ্দিষ্ট বিষয়ত সৰ্বোচ্চ নম্বৰ। এই ধৰণৰ কাৰচাজি ধৰাৰ বাবেই ষড়যন্ত্ৰ চলিছিল। উত্তৰ বহী নিৰীক্ষণৰ বিশেষ কেন্দ্ৰ আছে ছেবাত। এই কেন্দ্ৰটো বৰ গোলমলীয়া। ২০১২ত উঠাই দিছিলো এই কেন্দ্ৰ। ছেবাৰ সচিবে ২০১৩ত পুনৰ স্থাপন কৰিছিল এই কেন্দ্ৰ। তদানীন্তন ছেবাৰ সচিব আছিল এচিএছ বিষয়া।’’

GTM Desk

Related