পুনৰ বিৰ্তকত অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা। এইবাৰ বাউন্স হ’ল শিল্পীক দিয়া মাননীৰ চেক
বিতৰ্কই লগ নেৰা হৈছে অসম চৰকাৰক।
নাহিদ বিতৰ্ক শেষ নৌহওঁতেই পুনৰবাৰ চলচ্চিত্ৰ বঁটাত প্ৰদান কৰা চেকক লৈ নতুন বিতৰ্ক।
চেকৰ ধন উলিয়াবলৈ গৈ হতবাক শিল্পী, মাৰিছে চেক বাউন্স।
