22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

জলকীয়া কাটোতে হাত পুৰিলে কি কৰিব জানি লওক

Assamese Newsজলকীয়া কাটোতে হাত পুৰিলে কি কৰিব জানি লওক

জলকীয়া কাটিলে-হাত পুৰিলে-কি কৰিব জানো আহক । ( Assamese Health Tips )

*ঠাণ্ডা গাখীৰ-

হাতৰ জ্বলা-পোৰা দূৰ কৰিবলৈ-গাখীৰ হৈছে উত্তম প্ৰতিকাৰ।গাখীৰত থকা চৰ্বিয়ে-জলকীয়াৰ জ্বলা-পোৰা দূৰ কৰাত সহায় কৰে।উত্তম ফলাফলৰ বাবে-ঠাণ্ডা গাখীৰ ব্যৱহাৰ কৰক,আৰু যিমান সময় পাৰে-হাত দুখন ডুবাই ৰাখক।গাখীৰে আপোনাৰ ছালৰ কোনো ক্ষতি নকৰে।গাখীৰত কিছু বৰফৰ টুকুৰা মিহলাই ললে-বেছি সকাহ পাব।

*বাচন ধোৱা চাবোন-

বাচন ধোৱা চাবোনে-আপোনাৰ ছালৰ পৰা-জ্বলা-পোৰা গুণ দূৰ কৰিব পাৰে।

*ঘিউ-

জলকীয়া কাটিলে যদি-আপোনাৰ হাতত তীব্ৰ জ্বলা-পোৰা হয়-তেন্তে-ঘিউ ব্যৱহাৰ কৰিব পাৰে। ( Assamese Health Tips )

*এলোভেৰা জেল-

জলকীয়াই পুৰিলে-এলোভেৰাৰ জেল লগালে-সকাহ পোৱা যায়।ই তেজৰ সোঁত বৃদ্ধি কৰাত সহায় কৰে আৰু ছালক সকাহ দিয়ে।

*জলকীয়া কাটোতে-লবলগীয়া সাৱধানতা-

*জলকীয়া কাটোতে-কটাৰিৰ সলনি কেচি ব্যৱহাৰ কৰিব পাৰে।

*জলকীয়া কাটোতে-হাতত গ্লফ পিন্ধি লব পাৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!