22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

সৰস্বতী চালিসাৰ লাভ

Assamese Newsসৰস্বতী চালিসাৰ লাভ

মা সৰস্বতীৰ আৰ্শীবাদ যি ব্যক্তিৰ প্ৰাপ্ত হয়/সেইজনৰ জীৱনত কোনো অভাৱ নাথাকে।ধাৰ্মিক মান্যতা অনুসাৰে সৃষ্টিৰ পৰা উদাসীনতা আৰু অজ্ঞানতা দূৰ কৰিবলৈ-ব্ৰহ্মাদেৱে মা সৰস্বতীৰ ৰচনা কৰিছিল।( Religious Studies )

মা সৰস্বতীৰ পূজাৰ বাবে-বসন্ত পঞ্চমী আৰু দিপাৱলীৰ দিন সৰ্বশ্ৰেষ্ট মনি হয়।কিন্তু যিয়ে-প্ৰতিদিনে-মা সৰস্বতীৰ পূজা-আৰাধনা কৰে-সেইজনে সৃদ্ধি-বুদ্ধি, ধন-বল,আৰু জ্ঞান-বিবেকৰ প্ৰাপ্তি হয়।তেওঁৰ জীৱন সুখ-সৌভাগ্যৰে পৰিপূৰ্ণ হয়।মা সৰস্বতীৰ পূজাত-সৰস্বতী চালিসা পাঠ কৰিলে-বহু লাভ হয়।

গুৰুবাৰৰ দিনা মা-সৰস্বতীৰ পূজাত-সৰস্বতী চালিসা পাঠ কৰিব লাগে।ইয়াৰ দ্বাৰা-আপোনাৰ জীৱনত সকাৰত্মক আৰু চমৎকাৰি সলনি আহে।( Religious Studies )

*সৰস্বতী চালিসাৰ লাভ-

*সৰস্বতী চালিসা পাঠ কৰিলে-জ্ঞানৰ মাৰ্গ মুকলি হয়।

*ইয়াৰ দ্বাৰা মন শান্ত আৰু একাগ্ৰছিত হৈ থাকে।সেইবাবে-বিশেষ কৰি বিদ্যাৰ্থী সকলে-সৰস্বতী চালিসা পাঠ কৰিব লাগে।

*সৰস্বতী চালিসা পাঠৰ দ্বাৰা-কুণ্ডলীত বুধ গ্ৰহ শক্তিশালী হয়।বুধ গ্ৰহ-বুদ্ধি-বাণী-সংগীত-ব্যপাৰক প্ৰদৰ্শিত কৰে।

*সৰস্বতী চালিসা পাঠ কৰা ব্যক্তিৰ স্মৃতি শক্তি বাঢ়ে।সেইজনৰ প্ৰতি ক্ষেত্ৰতে ঐশ্চৰ্য্যৰ প্ৰাপ্তি হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!