Advertisement

আই পি এলত ছানৰাইজাৰ্ছ হাইদাবাদ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি

আই পি এলত ছানৰাইজাৰ্ছ হাইদাবাদ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাৰ লক্ষ্ণৌত হোৱা এখন খেলত আজি ছানৰাইজাৰ্ছ হাইদাবাদে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আনহাতে গুৱাহাটী বর্ষাপাৰা স্টেডিয়ামত কাইলৈ হ’বলগীয়া খেলত ৰাজস্থান ৰয়েলছ ডেলহী কেপিটেলছৰ মুখামুখী হ’ব। খেলখন বিয়লি চাৰে তিনি বজাত অনুষ্ঠিত হ’ব। কাইলৈ সন্ধিয়া চাৰে সাত বজাত মুম্বাইৰ ৱাংখেড়ে স্টেডিয়ামত হ’বলগীয়া আন এখন খেলত মুম্বাই ইণ্ডিয়ানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব।

Shahnawaz Hamza

Related