ঘৰত নগ্ন হৈ থকাৰ মানসিকতা বিকাৰগ্ৰস্ততা নে কি? কৈছে বিশেষজ্ঞই
আৰম্ভণিতে কবি আলোকৰঞ্জন দাসগুপ্তাৰ ‘দেৱীক স্নান কৰা ঘৰত নগ্ন দেখি’ কবিতাটোৰ প্ৰসংগ টানি আনিলে ভুল কৰা নহব। এই কবিতা মতে, দেৱী এথেনাক স্নানঘৰত নগ্ন ৰূপত দেখাৰ পিছতে অন্ধ হৈ যায় লোকজন।
কিন্তু বিশেষজ্ঞা পল্লৱী বৰ্নৱাললৈ চিঠি প্ৰেৰণ কৰা যুৱকজনৰ সমস্যা আৰু কৰুণ! তেওঁ জনাইছিল যে, তেওঁৰ মাতৃ ফৰাছী কিন্তু দেউতাক ভাৰতীয়। ফলত নগ্নতাক লৈ তেওঁৰ মাতৃৰ কোনো দ্বিধাবোধ নাই। স্নান কৰা পিছত নগ্ন হৈয়েই তেওঁ বাথৰুমৰ পৰা আহে। তাৰ পিছত পোছাক পৰিধান কৰে। এই ঘটনাই কিশোৰজনৰ মনত অসম্ভৱ চাপ পেলাইছে। তেওঁ জানিব বিচাৰিছে যে, ভাৰতীয় হওক বা অন্য সমাজেই হওক, ঘৰত নগ্ন হৈ ঘূৰা কিমান দূৰ যুক্তিসংগত?
পল্লৱীয়ে কি কৈছে? জানি লওক-
২. যদি নাৰীৰ নগ্নতাই অসুবিধাৰ কাৰণ হয়, তেন্তে এনে দৃশ্য পৰা আঁতৰি থকাই ভাল। পৰা পক্ষত পুৰুষতান্ত্ৰিক মনোভাব বিসৰ্জন দিব লাগিব।
৩. এটা কথা পল্লৱীয়েও কবলৈ পাহৰা নাই। তেওঁ কৈছে যে, কিশোৰজনৰ যে, অস্বস্তি দূৰ হব সেয়া জ্ঞাত নহয়। এই কিশোৰজনৰ দৰে বহু কিশোৰ আছে, যিসকলে ঘৰত নগ্ন হৈ ঘূৰা মানি লব নোৱাৰে। সকলোৰে বাবে গতিকে পল্লৱীৰ পৰামৰ্শ- এই ধৰণৰ যদি হয়, তেন্তে সংশ্লীষ্ট ব্যক্তিৰ সৈতে নম্ৰ ভাবে কথা খিনি কৈ সমস্যাটো সমাধান কৰিব লাগে।
যদিও ঘৰত নগ্ন হৈ ঘূৰা-ফুৰা কৰাত পল্লৱীয়ে অসমৰ্থন কৰা নাই। কৈছে, যিমান দূৰ সম্ভৱ, অন্য লোকৰ অস্বস্তিৰ কাৰণ হ’ব নালাগে। ইয়াৰ মাজত কোনো ভুল নাই।