fbpx

ক’ভিড আক্ৰান্ত স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞি, কণ্ঠশিল্পী জুবলী

বিশিষ্ট কথাশিল্পী, স্বনামধন্য সাহিত্যিক, জেষ্ঠ্য সাংবাদিক হোমেন বৰগোহাঞি ক’ভিড ১৯ ত আক্ৰান্ত হৈছে । শনিবাৰে এন্টিজেন টেষ্টত বৰেণ্য সাংবাদিক গৰাকীৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰে ।

শৰীৰত কভিডৰ উপস্থিতি ধৰা পৰা পিছত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।

আনহাতে কণ্ঠশিল্পী জুবলীও কভিডত আক্ৰান্ত হৈছে। চৰ্দি আৰু কম-বেছি পৰিমাণে জ্বৰ হৈ আছিল জুবলীৰ। শেহতীয়াকৈ কৰা পৰীক্ষাত তেওঁৰ দেহত কভিডৰ অৱস্থিতি ধৰা পৰে। বৰ্তমান জুবলী হোম আইছলেশ্যনতে আছে বুলি জানিব পৰা গৈছে।

 

error: Content is protected !!
%d bloggers like this: