জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান ৷ আটক ড্ৰাগছ ব্যৱসায়ী ৷

1 min read

জুৰীয়াৰ বাতামাৰীত আৰক্ষীৰ অভিযান।
ড্ৰাগছ ব্যৱসায়ী আবু শ্বৰিফৰ বাসগৃহত চলিল আৰক্ষীৰ অভিযান।
আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ ব্যৱসায়ী আবু শ্বৰিফ ।
অভিযানত উদ্ধাৰ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ , লগতে ১৩ হাজাৰ ৬০০ টকা জব্দ ধৃত আবু শ্বৰিফৰ বাসগৃহৰ পৰা।
অভিযানত AS02AF4152 নম্বৰৰ পালচাৰ বাইক এখন জব্দ কৰে আৰক্ষীয়ে ৷
ধৃত ড্ৰাগছ ব্যৱসায়ীটোক আৰক্ষীৰ জেৰা অব্যাহত।

You May Also Like

More From Author