মুকুতাখচিত কাজল আগৰৱালাৰ বিয়াত পিন্ধা লেহেংগা, তৈয়াৰ কৰোতে কিমান দিন লাগিছে জানেনে?

মুকুতাখচিত কাজল আগৰৱালাৰ বিয়াত পিন্ধা লেহেংগা, তৈয়াৰ কৰোতে কিমান দিন লাগিছে জানেনে?

বিয়াত বহিল জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱাল। দৰা ব্যৱসায়ী, ইণ্টেৰিয়ৰ ডিজাইনাৰ গৌতম কিচলু। বিয়াত গোলাপী ৰঙৰ পোছাকেৰে সকলোৰে দৃষ্টি কাঢ়িছিল কাজল–গৌতমে। Pic: Instagram

বিয়াত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ আছিল। কোৰোণা পৰিস্থিতিৰ বাবে কেৱল আত্মীয় আৰু ঘনিষ্ঠ বন্ধুবৰ্গক লৈ আয়োজন কৰা হয় বিয়াৰ। Pic: Instagram

News Source: News18 Assam

Shahnawaz Hamza