কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনঃ বিধানসভাৰ উপাধ্যক্ষৰ উপস্থিতিত কেইবাগৰাকীৰো মনোনয়ন দাখিল

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনঃ বিধানসভাৰ উপাধ্যক্ষৰ উপস্থিতিত কেইবাগৰাকীৰো মনোনয়ন দাখিল

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি হল অন্তিম দিন।আজি অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ উপস্থিতিত বোকাজানৰ নিৰ্বাচনী বিষয়াৰ হাতত বিজেপিৰ বৰজান সমষ্টিৰ সূৰ্য ৰংফাৰ বোকাজান সমষ্টিৰ মাধুৰ্ধ ঢেকিয়াল ফুকন, সৰুপথাৰ সমষ্টিৰ কাডম তেৰাংপী দেওপানী সমষ্টিৰ শ্ৰৱণ টেলেংগা, নিলিপ সমষ্টিৰ পবিত্ৰ ৰংপী, দুৱাৰ বাগৰি সমষ্টিৰ ৰিচাৰ্ড টকবিয়ে বোকাজানৰ নিৰ্বাচনী বিষয়াৰ হাতত নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।

GTM Desk

Related