38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

কৰ্ণাটকত কংগ্ৰেছৰ অপ্ৰতিৰোধ্য ,একক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে কংগ্ৰেছ

Assamese Newsকৰ্ণাটকত কংগ্ৰেছৰ অপ্ৰতিৰোধ্য ,একক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে কংগ্ৰেছ

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সমীক্ষা অনুসৰিয়ে কৰ্ণাটকত অপ্ৰতিৰোধ্য কংগ্ৰেছ ৷ সংখ্যাগৰিষ্ঠতা লাভৰ দিশে অগ্ৰসৰ কংগ্ৰেছ ৷ মুখ থেকেচা বিজেপিৰ ৷ ভোট গণানাত সৰ্বকালৰ অভিলেখ ভংগ কৰি কংগ্ৰেছে ১২৭ আসনত অগ্ৰগতি লাভৰ বিপৰীতে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে ৬৯ খন আসনত ৷

আনহাতে কিং মেকাৰ হোৱাৰ স্বপ্ন দেখা জে ডি এছ ২৬ খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগণনা পুৱা আঠ বজাৰ পৰা অব্যাহত আছে। নিৰ্বাচন আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা ট্ৰেণ্ড অনুসৰি, কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভৰ দিশে গতি কৰিছে। কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় সংখ্যা ১১৩খন আসন ইতিমধ্যেই অতিক্ৰম কৰিছে ৷

বৰ্তমানেও অব্যাহত ভোট গণনাৰ ফলাফল অনুসৰি নিৰ্দলীয়ই ছয়খন আসনত আগ্ৰগতি লাভ কৰিছে । ইপিনে,কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এছ আৰ বোম্বাই- পৰাজয় স্বীকাৰ কৰিছে

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!