KIYG2020: অসমৰ চাইক্লিঙৰ দলটোৱে দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে । – Guwahati Times
January 16, 2020

KIYG2020: অসমৰ চাইক্লিঙৰ দলটোৱে দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে ।

অসমৰ গঙ্গোত্ৰী বৰদলৈ, চয়নিকা গগৈ, বৃষ্টি কংকনা গগৈ আৰু জয়শ্ৰী গগৈৰ দলটোৱে চাইক্লিঙৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে ।

#KheloIndiaYouthGames2020
#KheloIndia
#KIYG2020

error: Content is protected !!