KIYG2020: অসমৰ চাইক্লিঙৰ দলটোৱে দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে ।

1 min read

অসমৰ গঙ্গোত্ৰী বৰদলৈ, চয়নিকা গগৈ, বৃষ্টি কংকনা গগৈ আৰু জয়শ্ৰী গগৈৰ দলটোৱে চাইক্লিঙৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে ।

#KheloIndiaYouthGames2020
#KheloIndia
#KIYG2020

You May Also Like

More From Author