KIYG2020: শিৱাঙ্গী শৰ্মা ৰ তৃতীয় সোণৰ পদক অৰ্জন

1 min read

অসমৰ শিৱাঙ্গী শৰ্মাই সাঁতোৰৰ ৪০০ মিটাৰ ফ্ৰীষ্টাইল শাখাত সোণৰ পদক অৰ্জন কৰে । ইয়াকে লৈ এতিয়ালৈকে খেল’ ইণ্ডিয়া সমাৰোহ ২০২০ত শিৱাঙ্গীয়ে তিনিটা সোণৰ পদক অৰ্জন কৰে ।

#KheloIndia2020
#KheloIndia
#KheloIndiaYouthGames2020

You May Also Like

More From Author