Advertisement

অৱশেষত ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে কোকৰাঝাৰৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই

অৱশেষত ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে কোকৰাঝাৰৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই

বৰ্ণালী ডেকাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসক প্ৰহাৰ কৰিছিল৷

দুপৰীয়াৰ আহাৰক কেন্দ্ৰ কৰি উপায়ুক্তই প্ৰহাৰ কৰিছিল কৰ্মচাৰীজনক৷

ইয়াৰ পাছতে কৰ্মচাৰীগৰাকীৰ কন্যাই দাখিল কৰিছিল এজাহাৰ৷

এজাহাৰ দাখিলৰ পাছতে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দীপক দাসৰ ওচৰলৈ গৈ ক্ষমা খোজে উপাযুক্তগৰাকীয়ে৷

Shahnawaz Hamza

Related