কলিয়াবৰৰ চুলুং আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক

কলিয়াবৰৰ চুলুং আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক

ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক।

চুলুং আৰক্ষী তহলদাৰি চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল দেৱ নাথ ৰ নেতৃত্বত এটা দলে এক গোপন সুত্ৰৰ পম খেদি ২৮টা কন্টেনাৰ, এখন স্কুটিসহ ১নং বৰঘূলী আব্দুল শ্বাহিদ নামৰ ব্যক্তি জনক আটক কৰিবলৈ সক্ষম হয়।

ড্ৰাগছ সৰবৰাহ কৰা স্কুটি খনৰ নম্বৰ হল AS -12- AF- 1524।

সৰবৰাহ কৰা ড্ৰাগছ খিনি বজাৰ মূল্য প্ৰায় ৩ লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে।

GTM Desk