লাহৰীঘাটৰ ধিঙৰআটি গাঁৱৰ তিনি সন্তানৰ পিতৃ তফাজ্জুল ইছলাম নামৰ লোকজন নিৰুদ্দেশ

0 min read

লাহৰীঘাটৰ ধিঙৰআটি গাঁৱৰ তিনি সন্তানৰ পিতৃ তফাজ্জুল ইছলাম নামৰ লোকজন নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র গাঁওখনতে। ঘটনাৰ বিৱৰণী মতে কৰ্মসূত্ৰে তফাজ্জুল ইছলাম নামৰ লোকজন গৈছিল হায়দৰাবাদলৈ, হায়দৰাবাদৰ ছেকেদ্দৰাবাদ প্লেটফৰ্মৰ পৰা যোৱা ২৫ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে লোকজন। লোকজন নিৰুদ্দেশ হোৱাৰ ঘটনাই শোকত ভাঙি পৰিছে পৰিয়ালবৰ্গ। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে লাহৰীঘাট থানাত এজাহাৰ দাখিল কৰিলে। লোকজনৰ কোনোবাই সন্ধান পালে 7099199032নম্বৰত অথাবা 60029 90910 নম্বৰত যোগাযোগ কৰিবলৈ আহব্বান জনাইছে পৰিয়ালৰ লোকে।

মেহবুব আনোৱাৰৰ, লাহৰিঘাট।

You May Also Like

More From Author