একে সময়তে দুজন লোকক সমানে ভালপাব পাৰিনে? কি ক’লে বিশেষজ্ঞই?

একে সময়তে দুজন লোকক সমানে ভালপাব পাৰিনে? কি ক’লে বিশেষজ্ঞই?

ইয়াৰ পূৰ্বেও পল্লৱী বাৰ্নৱালে মুখ খুলিছিল বহুকেইটা যৌন সংক্ৰান্তীয় সমস্যাৰ ওপৰত। এইবাৰ মন্তব্য আগবঢ়াইছে একেসময়তে দুজন লোকক সমানে ভালপোৱাৰ ওপৰত।

নাম প্ৰকাশ কৰা নকৰি পল্লৱীয়ে জনাইছে যে, ‘এই বিষয়ে এজন যুৱকে পৰামৰ্শ বিচাৰি চিঠি প্ৰেৰণ কৰিছিল।’

কিন্তু পল্লৱীয়ে স্পষ্টকৈ কৈছে যে, বহুকামিতা প্ৰাকৃতিক। একেজন মানুহৰ সৈতে দিনৰ পিছত দিনধৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰা পিছত বহুলোক ক্লান্ত হৈ পৰে।’

তাৰ মানে, বহুকামিতাক স্বাভাৱিক হিচাপেই বিবেচনা কৰা হয়। যি অস্বাভাৱিক নহয়। কোনোৱে একে সময়তে দুই বা তাতোধিক ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰা মানেই যৌন সম্পৰ্ক নুবুজায়। কিন্তু সমস্যা এটা থাকে ঠিকেই। সম্পৰ্কৰ ভিত্তি যিহেতু সামাজিক, গতিকে বহুাকামিতাৰ ক্ষেত্ৰতো নিৰ্দিষ্ট এজন লোকে পাই থাকে বৈধ সংগীৰ মৰ্যদা।

Shahnawaz Hamza

Related