ছাত্ৰীক পলুৱাই নি ৰঙা ঘৰৰ আলহী হ’ল বৈকুন্ঠ ছাৰ

ছাত্ৰীক পলুৱাই নি ৰঙা ঘৰৰ আলহী হ’ল বৈকুন্ঠ ছাৰ

গুৰু শিষ্যৰ সম্পৰ্কৰ পৱিত্ৰতা ইতিহাসে ঢুকি নোপোৱা যুগৰে পৰা আমাৰ সমাজত প্ৰচলিত হৈ আহিছে ৷ সৌ সিদিনালৈ পথেৰে শিক্ষক এজন গৈ থকা দেখিলে ছাত্ৰ এজনে চাইকেলৰ পৰা নামি শিক্ষকক সন্মান জনোৱাৰ দৃশ্য আমাৰ সমাজত তেনেই সাধাৰণ আছিল ৷ শিক্ষক সকলেও এসাজ নাখাই হ’লেও শিষ্য সকলৰ জ্ঞানৰ চকু মুকলি কৰাৰ কামত যুগে-যুগে নিয়োজিত হৈ আহিছে ৷ পিছে এতিয়া সেই ৰামো নাই অযোধ্যাও নাই ৷

পিছত ১৬ বছৰীয়া ছাত্ৰী গৰাকীক পলুৱাই লৈ যোৱাৰে অভিযোগ উত্থাপিত হয় শিক্ষক জনৰ ওপৰত৷ এই কথা গম পাই পিছত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে টেঙাখাত আৰক্ষী থানাত শিক্ষকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে শিক্ষক বৈকুণ্ঠ বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি Tengakhat P. S. Case no 110/2021 U/S 366 IPC গোচৰত জেললৈ প্ৰেৰণ কৰে ।

GTM Desk