বুধবাৰে টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিব লাভলীনা

বুধবাৰে টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিব লাভলীনা

বুধবাৰে বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই।তুৰস্কৰ প্ৰতিদ্বন্দ্বী ৰ বিৰুদ্ধে ছেমিফাইনেলত অৱতীৰ্ণ হ’ব গোলাঘাটৰ জীয়ৰী লাভলীনাই।

পুৱা ১১বজাত চাৰমেলেনিৰ সৈতে গুৰুত্বপূৰ্ণ খেলখনত অৱতীৰ্ণ হ’ব।

আনহাতে অসম কন্যা গৰাকীক লৈ ৰাজ্যবাসী অধিৰ আগ্ৰহেৰে অপেক্ষা কৰিছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাভলীনাৰ সাফল্য কামনা কৰি প্ৰাৰ্থনা কৰাও দেখিবলৈ পোৱা গৈছে।

গুৰুত্বপূৰ্ণ কথা যে অলিম্পিকত পদক লাভ কৰা লাভলীনা প্ৰথম গৰাকী অসমীয়া।

GTM Desk

Related