১০০ৰ অধিক ক’ভিড আক্ৰান্ত থকা জিলাত বন্ধ থাকিব LP স্কুল
১০০ৰ অধিক ক’ভিড আক্ৰান্ত থকা জিলাত বন্ধ থাকিব LP স্কুল
– সোমবাৰৰ পৰা বন্ধ থাকিব LP স্কুলসমূহ
– ৮মে’ অথবা পৰৱৰ্তী নিৰ্দশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব
– টুইটযোগে ঘোষণা স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ