মণিপুৰত পুনৰ বৃদ্ধি হ’ল ইন্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা

মণিপুৰত পুনৰ বৃদ্ধি হ’ল ইন্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা

মণিপুৰ চৰকাৰে পুনৰ বৃদ্ধি কৰিলে মোবাইল ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা। নতুন জাননী অনুসৰি ৮ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে এই সময়সীমা। দেওবাৰে এই কথা জনাই বিভাগীয় কৰ্তৃপক্ষই ।

বুধবাৰে মণিপুৰ ৰাইফলছৰ অস্ত্ৰাগাৰ লুণ্ঠন কৰাৰ উদ্দেশ্যৰে একাংশই নিৰাপত্তা বাহিনীৰ শিবিৰত আক্ৰমণ কৰিছিল। যাৰ ফলত নিৰাপত্তাৰক্ষীসকলে বতাহত গুলী চালনা কৰিছিল। এই ঘটনাৰ পাছতে ৰাজ্যখনত ইন্টাৰনেটত নিষেধাজ্ঞা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

Shahnawaz Hamza