কালী পুজাৰ সুযোগ লৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত চলিছে অবাধ জুৱা

কালী পুজাৰ সুযোগ লৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত চলিছে অবাধ জুৱা

 দক্ষিণ শালমাৰা মানকাচাৰ  জিলাখনৰ মানকাচৰ, সুখচৰ, দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ থানা এলেকাত চলি আছে জুৱা।

খাৰুৱাবান্ধা আৰু কালাপানী আৰক্ষী চকী এলেকাতো চলি আছে জুৱা।

বিজেপিৰ কিষাণ মৰ্চাৰ অভিযোগৰ পাছত কালাপানী আৰক্ষী চকী এলেকাত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লৈছে।

ইতিমধ্যে কেবাটাও স্থানত জুৱাৰ আড্ডা ভাঙি দিয়া বুলি জানিব পৰা গৈছে।

এতিয়াও ইছলামপুৰ, দিয়াৰা, তাতিপাৰা, কাকৰিপাৰা, কুকুৰমাৰা-দাসপাৰা, বেপাৰীপাৰা, খাৰুৱাবান্ধা, সুখচৰ, খোপাতীয়া, ফকিৰগঞ্জ, টুমনি আদি এলেকাত অবাধে চলি আছে জুৱা

GTM Desk