22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চাৰিদুৱাৰত এজনক আটক!

Assamese Newsমেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চাৰিদুৱাৰত এজনক আটক!
  • মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চাৰিদুৱাৰত এজনক আটক ৷
  •  CIDৰ নিৰ্দেশত চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে যুৱকজনক ৷
  •  আটকাধীন যুৱকজন ছাৰিফুল ইছলাম৷
  •  চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গুদামঘাট ৰ পৰা আটক ছাৰিফুলক ৷
  •  নিশা আটক কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে ৷
  • ছাৰিফুলৰ ঘৰ বৰঘাটৰ পুংপানীত বুলি জানিব পৰা গৈছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!