33.3 C
Assam
Saturday, May 28, 2022

Featured News

Centre releases Rs 324 crore advance from SDRF for flood-hit Assam

The Central government has released an advance...

BTC EM Wilson Hasda meets Comedy King Johny Lever; shares experience

Bodoland Territorial Coumcil(BTC) Executive Member(EM) Wilson Hasda...

অভয়াপুৰীৰ মুকবধিৰ যুৱক ছমৰীয়াত সন্ধানহীন

Assamese Newsঅভয়াপুৰীৰ মুকবধিৰ যুৱক ছমৰীয়াত সন্ধানহীন

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত লালমাটি গাঁৱৰ মুখেৰে কথা ক’ব নোৱাৰা হৰিশ চাংমা (২০) নামৰ যুৱক এজন যোৱা ৪ মাৰ্চত পুৱাৰ ভাগত কামৰূপ জিলাৰ ছমৰীয়াৰ পৰা সন্ধানহীন হৈ আছে ৷ হৰিশ চাংমা অভয়াপুৰীৰ দুৰামাৰী গাঁৱৰ উত্তম বৰ্মনৰ লগত কৰ্মচাৰী হিচাপে ছমৰীয়া সভা মহোৎসৱ (চাৰ্ট হাউচ) ত কাম কৰিবলৈ যোৱাৰে পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷ ইপিনে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও যুৱকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই ৷ তদুপৰি যুৱকজনৰ নিৰুদ্দেশ সম্পৰ্কীয় এখন লিখিত আবেদন কৰিছে ছমৰীয়া আৰক্ষী পহৰা চকীত ৷
কোনো সদাশয় ব্যক্তিয়ে যদি যুৱক জনৰ সন্ধান পায় তেন্তে ৬০০০২৯৩৮২০,৭০৮৬৮ ৯১০৩৫ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ কৰিছে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: