Advertisement

মৰিগাৱত প্ৰিপেড মিটাৰৰ সন্দৰ্ভত উপায়ুক্ত জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ

মৰিগাৱত প্ৰিপেড মিটাৰৰ সন্দৰ্ভত উপায়ুক্ত জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ

 

মৰিগাঁও জিলাবাসীয়ে এক গণস্বাক্ষৰ অভিযানৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে ,
বিদ্যুৎ বিভাগে বিতৰণ কৰা স্মার্ট প্রি-পেইড মিটাৰৰ ৰিলে সাধাৰণ জনসাধাৰণক বিৰক্তি প্রদান কৰিছে।
বিদ্যুতৰ বৰ্দ্ধিত মাছুলে আমাৰ দৰে সাধাৰণ জনতাক বিবুদ্ধিত পেলাইছে৷

প্রতি দুদিন-তিনিদিনৰ মূৰে মূৰে যি বিল আদায় দিবলগীয়া হৈছে, সেখা অতি অসহনীয় হৈ পৰিছে বুলিও উল্লেখ কৰে স্মাৰক প্ৰত্ৰত । লগতে বিদ্যুৎ বিভাগৰ স্মাৰ্ট প্রি-পেইড মিটাৰ বিৰুদ্ধে এক গণস্বাক্ষৰ অভিযানৰ জৰিয়তে মুখ্যমুন্ত্ৰীক অনুৰোধ জনাই যে, এই বদ্ধিত মাচুল হ্ৰাস কৰি সাধাৰণ ভাবে জীয়াই থাকিবলৈ দিয়ক।
মৰিগাঁও জিলাবাসীয়ে গণস্বাক্ষৰ সংগ্ৰহ কৰি মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীক এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে l

মৰিগাঁও মনোৰঞ্জন মহন্ত ৰিপোৰ্ট

Shahnawaz Hamza

Related