কংগ্রেছে AIUDFৰ সৈতে মিত্রতা নকৰে আগন্তুক লোকসভা নিৰ্বাচনত

কংগ্রেছে AIUDFৰ সৈতে মিত্রতা নকৰে আগন্তুক লোকসভা নিৰ্বাচনত

আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব কংগ্রেছে । কিন্তু সেই মিত্ৰশক্তিত নেথাকিব AIUDF দল। AIUDF ৰ সৈতে এক হৈ নিৰ্বাচন নেখেলে কংগ্রেছে। এই কথা আজি মৰিগাঁওত স্পষ্ট কৰিলে বিৰুদ্ধে দলপতি দেবব্রত শইকীয়াই। কাৰন AIUDF য়ে সময়ে সময়ে বিজেপিক প্ৰশংসা কৰি ভুৱা প্ৰচাৰ চলাই থাকে।

মৰিগাঁও পৰা মনোৰঞ্জন মহন্ত

GTM Desk

Related