বিমানৰ পৰা নমাই দিলে হিজাব পৰিহিতা মুছলিম মহিলাক; কিন্তু কীয় ?

বিমানৰ পৰা নমাই দিলে হিজাব পৰিহিতা মুছলিম মহিলাক; কিন্তু কীয় ?

আমেৰিকান এয়াৰ’ৰ এখন বিমানৰ পৰা যাত্ৰাৰ পূৰ্বে হঠাতে নমাই দিয়া হল এগৰাকী মুছলমান মহিলাক, কাৰণ মহিলাগৰাকীয়ে পিন্ধি থকা হিজাবখনৰ বাবে অস্বস্তি অনুভৱ কৰিছিল এগৰাকী বগা ছালৰ লোকে।

যি ঘটনাই এতিয়া তোলপাৰ লগাইছে ছচিয়েল মিডিয়া। প্ৰায় সমগ্ৰ বিশ্বৰে লোক জাঙুৰ খাই উঠিছে এই কাণ্ডত। বগা ছালৰ অধিকাৰী হোৱা বাবেই অগ্ৰাধিকাৰ পালে এগৰাকীয়ে।

সকলোৱে এই বিষয়টো অতি পৰিতাপৰ বুলি গণ্য কৰিছে। সকলোৱে মন্তব্য কৰিছে, এগৰাকী মানুহে তেনে অভিযোগ কৰিলেও এখন বিমান কৰ্তিপক্ষয় কিদৰে এই সিদ্ধান্ত লব পাৰে।

Desk Editor

Related